disposition information input কৰাতকৈ information output কৰিব লাগে | আমি যিমান পাৰোঁ information output | আমি ভয় খোৱাৰ বিভিন্ন কাৰণ থাকে ভয় বস্তুটো আমাৰ চবৰ কাৰণে এটা প্রাকৃতিক reaction হয়। মই অসমীয়া ইংৰাজী দুয়োটা টে mix কৰি লিখা নিচিনা কৈ লিখো কাৰণ সচা কথা কবলৈ গলে মোৰ actual লিখা ষ্টাইল টো এনেকুৱা হয়।
মোৰ এনেকুৱা লাগে যেন মোৰ সম্বন্ধ পইছাৰ লগত বৰ এটা ভাল নহয়। মানে মই এইটো কাৰণে কৈছোঁ কাৰণ মই বৰ এটা earn কৰিব পৰা নাই এতিয়া লৈকে।
No comments:
Post a Comment